अर्थ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
उदाहरण :
মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
पर्यायवाची : জুম
अर्थ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
उदाहरण :
সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
पर्यायवाची : দল