सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জাগি থকা এক অৱস্থা
उदाहरण : দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
पर्यायवाची : জাগৰণ
अर्थ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
उदाहरण : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
पर्यायवाची : অৱস্থান, জেগা, ঠাই
अर्थ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
उदाहरण : কালিৰ পৰা গাইজনী জাগিছে
पर्यायवाची : উঠা
इंस्टॉल करें