अर्थ : যি লিপিত জাপানী ভাষা লিখা হয়
उदाहरण :
ৰূপাই জাপানীত লিখা-পঢ়া কৰিব পাৰে
पर्यायवाची : জাপানী-লিপি
अर्थ : জাপান দেশৰ ভাষা
उदाहरण :
ৰামে জাপানী কʼব পাৰে
अर्थ : জাপানত বসবাস কৰা
उदाहरण :
জাপানীসকল বৰ পৰিশ্রমী
अर्थ : জাপানৰ বা জাপানৰ সৈতে সম্বন্ধ থকা
उदाहरण :
জাপানী বস্তু সস্তা, ধুনীয়া আৰু দী্র্ঘম্যাদী হয়