अर्थ : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
उदाहरण :
দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
पर्यायवाची : আৱর্জ্্না, জাবৰ-জোঁজথৰ
अर्थ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
उदाहरण :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
पर्यायवाची : জাবৰ-জোথৰ
अर्थ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
उदाहरण :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
पर्यायवाची : জাবৰ-জোথৰ