अर्थ : জাবৰ-জোথৰ পেলোৱা বাকচ
उदाहरण :
মানুহে জাবৰদানীত জাবৰ পেলোৱাৰ পৰিৱর্তে ্ইফালে-সিফালে পেলাই দিয়ে
अर्थ : জাবৰ জোথৰ পেলোৱা পাত্র
उदाहरण :
তেওঁ ্মাটিত পৰি থকা কুটাবোৰ উঠাই জাবৰদানিত পেলাই দিলে
पर्यायवाची : আওটনি পাচি, জাবৰদানি, ডাষ্টবিন