अर्थ : জাভা দ্বীপৰ বা জাভা দ্বীপৰ সৈতে সম্বন্ধ থকা
उदाहरण :
জাভানিজ মন্দিৰৰ বাহিৰত ্দর্শকৰ ভিৰ লাগি আছে
अर्थ : জাভা ভাষাৰ সৈতে সম্বন্ধ থকা বা জাভা ভাষাৰ
उदाहरण :
শংকৰে জাভানিজ সাহিত্যৰ বিষয়ত পি. এইচ. ডি কৰি আছে