पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से জাল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

জাল   বিশেষ্য

अर्थ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

उदाहरण : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

पर्यायवाची : নেট

अर्थ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

उदाहरण : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

पर्यायवाची : ফান্দ

अर्थ : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ

उदाहरण : শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে

अर्थ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

उदाहरण : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

पर्यायवाची : নেট

अर्थ : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

उदाहरण : তেওঁ বলটো গোলৰ জালত মাৰিলে

पर्यायवाची : গোল-নেট, নেট

अर्थ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা

उदाहरण : মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে

पर्यायवाची : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি

জাল   বিশেষণ

अर्थ : যʼত দোষ আছে

उदाहरण : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

पर्यायवाची : অবিশুদ্ধ, কৃত্রিম, নকল, নকলী, ভেজাল

अर्थ : যʼত মিশ্রণ ঘটিছে বা যি শুদ্ধ নহয় অথবা যʼত কেৰোণ আছে

उदाहरण : এইখিনি ভেজাল ঘিউ

पर्यायवाची : অবিশুদ্ধ, অশুদ্ধ, কেৰুণীয়া, বিমিশ্র, ভাঁজ দিয়া, ভেজাল, ্ভঁজুৱা

चौपाल