पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से জালুক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

জালুক   বিশেষ্য

अर्थ : ব্যঞ্জন আদিত মছলা হিচাপে ব্যৱহাৰ কৰা তিতা, কʼলা, সৰু গোলাকাৰ গুটি বিশেষ

उदाहरण : মোৰ ককাদেউতাই জালুক দি বনোৱা চাহ খাই ভাল পায়

अर्थ : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা সৰু, গোলাকাৰ,কʼলা আৰু জ্বলা সোৱাদৰ গুটিৰ এজোপা লতাজাতীয় গছ

उदाहरण : খেতিয়কে পথাৰত জালুক গছৰ শিপা উঘালি আছে

पर्यायवाची : জালুক গছ

चौपाल