पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से জীন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

জীন   বিশেষ্য

अर्थ : ঘোঁৰা, উট আদিৰ পিঠিত বান্ধি দিয়া গাদী

उदाहरण : তেওঁ ঘোঁৰাৰ জিনখন নমাই তলত থʼলে

अर्थ : মোক্ষ বা মুক্তিৰ অভাৱত কোনো মৃত ব্যক্তিৰ আত্মাই ধাৰণ কৰা এক ৰূপ যি সততে কষ্টদায়ক আৰু অমাংগলিক কামবোৰ কৰি ফুৰে বুলি মানুহে বিশ্বাস কৰে:আধুনিক যুগত ভূতৰ কোনো অস্তিত্ব নাই

उदाहरण :

पर्यायवाची : অপচ্ছায়া, অপদেৱতা, উপদেৱতা, কন্ধ, কবন্ধ, দেও, পিশাচ, পেৰেত, প্রেত, ভূত, ভূত-প্রেত, যখ

चौपाल