अर्थ : যিটো ফাটি-চিটি গৈছে
उदाहरण :
তেওঁ ্ভঙা-চিঙা বস্তুও ক্রয় কৰে
पर्यायवाची : চূর্ণ-বিচুর্ণ, ফটা-চিটা, ভঙা-চিঙা
अर्थ : যিটো অত্যধিক ব্যৱহাৰ বা পুৰণা হোৱাৰ কাৰণে ফাটিছে
उदाहरण :
ভিক্ষাৰীটোৱে জৰা-জী্র্ণ ্কাপোৰ পিন্ধি আছিল
पर्यायवाची : জৰা-জী্র্ণ