पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से জীৱন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

জীৱন   বিশেষ্য

अर्थ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি

उदाहरण : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু

पर्यायवाची : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱ, প্রাণ, পৰাণ

अर्थ : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে

उदाहरण : বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে

अर्थ : জীয়াই থকা অৱস্থা

उदाहरण : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে

पर्यायवाची : চেতনা, জান, জিন্দেগি, জীউ, জীৱ, ধাতু, প্রাণ, পৰাণ

अर्थ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে

उदाहरण : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়

पर्यायवाची : আয়ুস

अर्थ : জীৱন যাপন কৰাৰ ধৰণ বিশেষ

उदाहरण : নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে

अर्थ : জীৱিত প্রাণী

उदाहरण : ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল

चौपाल