सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
उदाहरण : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
पर्यायवाची : দিয়াচলাই, মেচ, মেচ বক্স
अर्थ : মিহি কাঠৰ শলা যাৰ এটা মূৰত অকণমান গন্ধকৰ মিশ্রণ লগোৱা থাকে আৰু ইয়াক ঘর্ষণৰ ্ দ্বাৰা জুই জ্বলোৱা হয়
उदाहरण : মমতাই জুইশলাৰে ধূপ জ্বলাইছে
पर्यायवाची : জুইশলা কাঠী, দিয়াচলাই কাঠী, মেচ-কাঠী
इंस्टॉल करें