सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভিতৰত গুটি থকা ধাতুৰ এবিধ ফোপোলা বস্তু যাক লৰাই দিলে ঘনে-ঘনে বাজে
उदाहरण : শিশুটোৰ কঁ্কালত জুনুকা বান্ধি থোৱা আছিল
पर्यायवाची : ঘুগুৰা, নূপুৰ, নেপুৰ
अर्थ : ধাতুৰে তৈয়াৰী ফোপোলা গুটিৰ মালা
उदाहरण : তেওঁ জুনুকা পিন্ধি নৃত্য কৰি আছিল
पर्यायवाची : নুপুৰ
इंस्टॉल करें