सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দণ্ডিত অপৰাধীক যি স্থানত আৱদ্ধ কৰি ৰখা হয়
उदाहरण : চুৰ কৰাৰ অপৰাধত সি জেললৈ যাবলগীয়া হʼল
पर्यायवाची : কাৰাগাৰ, কাৰাগৃহ, পোতাশাল, বগাঘৰ, বন্দীগৃহ, বন্দীশাল জেলখানা
अर्थ : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
उदाहरण : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
पर्यायवाची : কাৰাদণ্ড, কাৰাবাস, কয়েদ, ঘানি টনা-, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
इंस्टॉल करें