अर्थ : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
उदाहरण :
দোকানীজনে ধান জুখি আছে
पर्यायवाची : ওজন কৰা
अर्थ : জোখ লোৱা হোৱা
उदाहरण :
দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
अर्थ : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
उदाहरण :
তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
पर्यायवाची : মাপ কৰা