अर्थ : মাটিৰ নিচেই ওচৰৰ পৰা চাৰিওফালে প্রসাৰিত হৈ ওলোৱা ডালৰ উদ্ভিদ
उदाहरण :
এই জংঘল জোপোহাৰে ভৰি আছে
पर्यायवाची : জোপোহা
अर्थ : ঘন আৰু কাঁইটীয়া উদ্ভিদ
उदाहरण :
চিকাৰীটোক দেখিয়েই বনৰীয়া গাহৰিটো জোপোহাত লুকাই পৰিল
पर्यायवाची : জোপোহা