सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
उदाहरण : মোৰ ধনৰ মোনাটো চুৰি হʼল
पर्यायवाची : বেগ, মোনা
अर्थ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
उदाहरण : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
पर्यायवाची : মোনা
अर्थ : যʼত কোনো বস্তু ৰখা যায়
उदाहरण : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
पर्यायवाची : জুলি, পকেট, সৰু মোনা
इंस्टॉल करें