अर्थ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
उदाहरण :
কাপোৰৰ জোৰাখিনি ফাটি থাকিল
पर्यायवाची : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল
अर्थ : অন্য কোনো বস্তুৰ শেষত লগোৱা
उदाहरण :
চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
पर्यायवाची : জোৰা লগোৱা, সংলগ্ন কৰা