पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से জোৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

জোৰা   বিশেষ্য

अर्थ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান

उदाहरण : কাপোৰৰ জোৰাখিনি ফাটি থাকিল

पर्यायवाची : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল

अर्थ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

उदाहरण : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

पर्यायवाची : গাঁঠি, গ্রন্থি, সন্ধি

জোৰা   ক্ৰিয়া

अर्थ : হাল বাওঁতে বা গাড়ী আদি চলাবলৈ সন্মুখৰফালে গৰু, ঘোঁৰা আদি বান্ধি দিয়া কার্য:কৃষকজনে হাল বাবলৈ গৰুহাল যুটিছে

उदाहरण :

पर्यायवाची : জোঁটা, যুতা, সাঙুৰা

अर्थ : অন্য কোনো বস্তুৰ শেষত লগোৱা

उदाहरण : চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে

पर्यायवाची : জোৰা লগোৱা, সংলগ্ন কৰা

चौपाल