पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से জ্ঞান शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

জ্ঞান   বিশেষ্য

अर्थ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

उदाहरण : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

पर्यायवाची : বোধ, বোধি, সংজ্ঞা, সজ্ঞান

अर्थ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

उदाहरण : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

पर्यायवाची : ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা

अर्थ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

उदाहरण : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

पर्यायवाची : অনুভাব, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি

अर्थ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা

उदाहरण : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়

पर्यायवाची : উপদেশ, বুজনি, শিকনি, শিক্ষা

अर्थ : বোধ ওপজা বৃত্তি বা শক্তি

उदाहरण : চেতনাই জীয়াই থকাৰ লক্ষণ

पर्यायवाची : গমগতি, চম্বিত, চেতনা, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা

चौपाल