अर्थ : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
उदाहरण :
বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
पर्यायवाची : জ্বলি যোৱা
अर्थ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
उदाहरण :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
पर्यायवाची : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা