अर्थ : লক্ষণগত বা স্বভাৱগত ধ্বনি
उदाहरण :
মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
अर्थ : ঝন-ঝন শ্্ব্দ
उदाहरण :
ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
अर्थ : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
उदाहरण :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
पर्यायवाची : ঝনঝননি