अर्थ : অতি বেগেৰে অহা বতাহ যাৰ বাবে চাৰিওফালে ধূলি উৰি আন্ধাৰে আৱৰি ধৰে
उदाहरण :
ধুমুহা-বতাহে মোৰ ঘৰৰ চালিখন উৰাই নিলে
पर्यायवाची : চাচি, ধুমুহা-বতাহবানাহ
अर्थ : তীব্রবেগী ধুমুহা
उदाहरण :
কালি অহা ধুমুহা-বতাহত কিমানযে জুপুৰী উছন হʼল
पर्यायवाची : ধুমুহা-বতাহ