सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজনৰ মূৰ চুলি সৰি গৈছে
उदाहरण : চার্কাচত এটা টকলাই সকলোকে আনন্দ দি আছিল
पर्यायवाची : তপা
अर्थ : যাৰ মূৰত চুলি নাই
उदाहरण : তেওঁ ্তপা ব্যক্তিজনৰ মূৰত বাৰে-বাৰে মৰিয়াই আছে
पर्यायवाची : টকলামূৰা, তপা, তপামূড়া, তপামূৰা, তাপলীয়া, ধোৱা-মূলা, লঠৰু
अर्थ : যাৰ মূৰৰ চুলি সৰি গৈছে
उदाहरण : কিছুমান তপা ব্যক্তিয়ে উইগ পৰিধান কৰে
इंस्टॉल करें