अर्थ : ভাৰতত প্রচলিত মুদ্রা
उदाहरण :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
पर्यायवाची : ভাৰতীয় টকা, ৰুপিয়া, ৰুপী
अर्थ : ভাৰত, পাকিস্তান আদি দেশত প্রচলিত মুদ্রা বিশেষ
उदाहरण :
টকাৰ মূল্য আন্তর্ৰাষ্ট্রীয় ্পর্যায়ত দিনে দিনে কমি অহা দেখা গৈছে
अर्थ : ভাৰতত প্রচলিত এটা মোহৰ যাৰ পৰিমাণ এসময়ত প্রচলিত ষোল্ল অনাৰ সৈতে সমান
उदाहरण :
ককা-দেউতাৰ ওচৰত বিভিন্ন ধৰণৰ টকা আছে