अर्थ : কোনো বস্তু পাবৰ কাৰণে সমপর্যায়ৰ দলৰ মাজত হোৱা ভীষণ ্সংঘর্ষ
उदाहरण :
চৰকাৰ গঠন কৰিবৰ কাৰণে নেতাসকলৰ মাজত অৰিয়া-অৰি আৰম্ভ হৈছে
पर्यायवाची : অৰিয়া-অৰি
अर्थ : বস্তুবোৰৰ টনা-টনি বা সাল-সলনি পৰা কার্য
उदाहरण :
ৰেডিঅʼটোক টনা-আজোৰা নকৰিবা
पर्यायवाची : টনা-টনি