अर्थ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
उदाहरण :
তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
पर्यायवाची : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
अर्थ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
उदाहरण :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
पर्यायवाची : চলা