सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ
उदाहरण : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়
पर्यायवाची : বগী তাম, ৰাং
अर्थ : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র
उदाहरण : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে
पर्यायवाची : টেমা, ডিব্বা, বৈয়াম, বয়াম
अर्थ : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া
उदाहरण : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে
पर्यायवाची : টেমা
अर्थ : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ
उदाहरण : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি
पर्यायवाची : ৰাং
इंस्टॉल करें