पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से টিপ্পনী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

টিপ্পনী   বিশেষ্য

अर्थ : বাতৰি কাকত আদিত প্রকাশিত ঘটনা আদিৰ সংক্ষিপ্ত বিৱৰণ বা সেই সম্বন্ধে সম্পাদকৰ বিচাৰ

उदाहरण : আজিৰ বাতৰি কাকতত প্রকাশ পোৱা সংসদত হোৱা হুলস্থূলৰ ওপৰত সম্পাদকে কৰা টিপ্পনীটো বৰ শক্তিশালী

अर्थ : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা

उदाहरण : এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে

पर्यायवाची : টীকা

अर्थ : কোনো ব্যক্তি, বিষয় অথবা কার্য সম্বন্ধত কৰা বিচাৰ

उदाहरण : মই এই বিষয়ত কোনো টিপ্পনী দিব নিবিচাৰোঁ

अर्थ : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ

उदाहरण : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে

पर्यायवाची : টীকা, টীকা-টিপ্পনী

चौपाल