पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से টুকুৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

টুকুৰা   বিশেষ্য

अर्थ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

उदाहरण : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

पर्यायवाची : খণ্ড, পীচ

अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

उदाहरण : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

पर्यायवाची : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ

अर्थ : যিকোনো বস্তুৰ গোটা টুকুৰা

उदाहरण : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

पर्यायवाची : খণ্ড

अर्थ : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু

उदाहरण : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে

अर्थ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

उदाहरण : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

पर्यायवाची : খণ্ড, ভাগ

चौपाल