पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से টুকুৰা কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

টুকুৰা কৰা   ক্ৰিয়া

अर्थ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

उदाहरण : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

पर्यायवाची : ছিঙা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া

अर्थ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা

उदाहरण : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা

पर्यायवाची : ভঙা

चौपाल