पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से টেপ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

টেপ   বিশেষ্য

अर्थ : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়

उदाहरण : তেওঁ দিনৰ দিনটো টেপ শুনি থাকে

पर्यायवाची : টেপ-ৰেকর্ডাৰ

अर्थ : দূৰত্ব জোখা এক মাপক

उदाहरण : তেওঁ ফিটাৰে পথটো জুখি আছে

पर्यायवाची : ফিটা

अर्थ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে

उदाहरण : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই

पर्यायवाची : নলী, পানী-নলী

अर्थ : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে

उदाहरण : মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে

पर्यायवाची : কেছেট

अर्थ : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য

उदाहरण : তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে

चौपाल