अर्थ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
उदाहरण :
তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
पर्यायवाची : বিদ্রূপ কৰা, ব্যঙ্গ কৰা
अर्थ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
उदाहरण :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
पर्यायवाची : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা
अर्थ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা
उदाहरण :
ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়
पर्यायवाची : উপহাস কৰা
अर्थ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
उदाहरण :
মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
पर्यायवाची : ব্যঙ্গ কৰা
अर्थ : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা
उदाहरण :
পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল
पर्यायवाची : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া