सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
उदाहरण : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
पर्यायवाची : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
अर्थ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
उदाहरण :
पर्यायवाची : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
अर्थ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
उदाहरण : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
पर्यायवाची : যথার্থ, সঁ্চা, সত্য
अर्थ : যেনে হোৱা উচিত তেনেধৰণৰ
उदाहरण : এই কথাটো মোৰ উচিত যেন লগা নাই
पर्यायवाची : উচিত, উপযুক্ত, যোগ্য, সঠিক
अर्थ : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে
उदाहरण : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে
पर्यायवाची : বিন্যস্ত, ব্যৱস্থিত
अर्थ : যিটো নি্র্ধাৰিত বা নিশ্চিত
उदाहरण : মই নিশ্চিত ঠাইত উপস্থিত হʼম
पर्यायवाची : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক
इंस्टॉल करें