अर्थ : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ
उदाहरण :
पर्यायवाची : অৱশ্যে, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়কৈ, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই, সঠিককৈ
अर्थ : ভাল ধৰণেৰে
उदाहरण :
মই সোহনক ভালকৈ জানো
पर्यायवाची : নিৰহ-নিপানীকৈ, বঢ়িয়াকৈ, বেচকৈ, ভালকৈ, ভালমতে