अर्थ : সৰু দুমুখীয়া জোং যিহেৰে হাতী চলোৱা হয় আৰু বশ কৰিবৰ কাৰণে ৰাখেহাতী চলাবলৈ আৰু বশ কৰিবলৈ ব্যৱহাৰ কৰা সৰু দুমুখীয়া জোং
उदाहरण :
মেলাত মাউতে হাতীৰ মূৰত বাৰে বাৰে অংকুশেৰে প্রহাৰ কৰিছিল
पर्यायवाची :
অংকুশ, অঙ্কুশ, গজাকোঁহ, গজাঙ্কুশ, গুপ্তি, ডঠা, যঠা, লাং চিং, হস্তীবাহ