सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
उदाहरण : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
पर्यायवाची : মহান
अर्थ : যি বয়সত ডাঙৰ
उदाहरण : ৰাম দশৰথৰ জ্যেষ্ঠ পুত্র আছিল
पर्यायवाची : জ্যেষ্ঠ
अर्थ : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত
उदाहरण : এই পায়জামাটো বহুত দীঘল
पर्यायवाची : দীঘল, লম্বা
अर्थ : বহুত ডাঙৰ
उदाहरण : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
पर्यायवाची : প্রভূত, বিপুল, বিৰাট, বৃহৎ
अर्थ : বহুত গভীৰ পৰিণতিযুক্ত
उदाहरण : হত্যা এক ঘোৰ অপৰাধ
पर्यायवाची : ঘোৰ, ভীষণ, ভয়ংকৰ
अर्थ : মাত্রা, আকাৰ, বিস্তাৰ আদিত কিহবাৰ তুলনাত অধিক
उदाहरण : মোৰ ঘৰটো বহুত ডাঙৰ
इंस्टॉल करें