अर्थ : লিবিয়াত প্রচলিত মুদ্রা
उदाहरण :
তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে
पर्यायवाची : লিবিয়ান ডিনাৰ
अर्थ : টিউনিছিয়াত প্রচলিত মুদ্রা
उदाहरण :
তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?
पर्यायवाची : টিউনিছিয়ান ডিনাৰ
अर्थ : আলজেৰিয়াত প্রচলিত মুদ্রা
उदाहरण :
তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে
पर्यायवाची : আলজেৰিয়ান ডিনাৰ
अर्थ : ইৰাকত প্রচলিত মুদ্রা
उदाहरण :
আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব
पर्यायवाची : ইৰাকী ডিনাৰ
अर्थ : ইৰাণত প্রচলিত মুদ্রা
उदाहरण :
এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল
पर्यायवाची : ইৰাণী ডিনাৰ
अर्थ : কুৱেইটত প্রচলিত মুদ্রা
उदाहरण :
আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে
पर्यायवाची : কুৱেইটী ডিনাৰ
अर्थ : বাহৰেইনত চলা মুদ্রা
उदाहरण :
তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী ডিনাৰ পঠিয়ায়
पर्यायवाची : বাহৰেইনী ডিনাৰ
अर्थ : জর্দানত প্রচলিত মুদ্রা
उदाहरण :
তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে
पर्यायवाची : জর্দানিয়ান ডিনাৰ