अर्थ : ডিপ্লমা সম্পূর্ণ ্হোৱাৰ পিছত লাভ কৰা প্রমাণ-পত্র
उदाहरण :
শৈক্ষিক প্রমাণ-পত্রত ডিপ্লমাৰ প্রতিলিপিও সংলগ্ন কৰক
पर्यायवाची : ডিপ্লমা প্রমাণ-পত্র
अर्थ : কোনো বিশেষ ক্ষেত্রত লোৱা এক প্রশিক্ষণ
उदाहरण :
শ্যামাই স্নাতক ডিগ্রী লোৱাৰ পিছত ডিপ্লমা কৰি আছে
पर्यायवाची : ডিপ্লʼমা