सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যʼৰ পৰা চৰাই, মাছ আদি জন্ম হয়
उदाहरण : তেওঁ ্ সদায় এটাকৈ কুকুৰা চৰাইৰ কণী খায়
पर्यायवाची : অণ্ড, অণ্ডা, কণী, ডিম, ডিমা
अर्थ : জীৱ-জন্তুৰ স্ত্রী জাতিৰ যি জননকোষে পুৰুষ জাতিৰ বী্র্যৰ সংযোগত নতুন জীৱৰ ৰূপ ধাৰণ কৰে
उदाहरण : ডিম্বাণুৰ পৰা জীৱৰ উৎপত্তি হয়
पर्यायवाची : ডিম্বাণু
इंस्टॉल करें