अर्थ : সেনাৰ যুদ্ধ কৰা নিয়মৰ অভ্যাস
उदाहरण :
সৈনিকসকলে সদায় কুচ-কাৱাজ কৰিব লাগে
पर्यायवाची : কুচ-কাৱাজ
अर्थ : বিজুলী প্রবাহৰ দ্বাৰা চলা এক ধৰণৰ ভেদক যন্ত্র
उदाहरण :
এই পকী দেৱালখনত বিন্ধা উলিয়াবৰ কাৰণে মোক এটা ড্রিলৰ প্রয়োজন হৈছে
पर्यायवाची : ড্রিল মেচিন, ড্রিলিং মেচিন