अर्थ : ঢিলা হোৱা অৱস্থা বা ভাব
उदाहरण :
নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
पर्यायवाची : শিথিলতা
अर्थ : যিটো বেছি গাঢ় নহয়
उदाहरण :
দৈখিনি ঢিলাকৈ বান্ধিলে
अर्थ : ঠেক বা কচি বা টানি নবন্ধা
उदाहरण :
মোহনে ঢিলা কাপোৰ পিন্ধে
अर्थ : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
उदाहरण :
ৰছীডাল ঢিলা হৈ গʼল
अर्थ : যিটো ভালদৰে বন্ধা বা লগা নাই
उदाहरण :
এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে