सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বৰ সোনকালে কাম কৰা অৱস্থা, যাক উচিত বুলি ভবা নহয়
उदाहरण : খৰধৰকৈ কৰা কাম ভাল নহয়
पर्यायवाची : উৎপাত, খৰধৰ, লৰালৰি, হুৰমূৰ
अर्थ : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা
उदाहरण : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল
पर्यायवाची : উথপথপ, খদমদম, গোলমাল
इंस्टॉल करें