सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কমৰৰ ঠিক তলৰ তথা উৰুৰ ওপৰত থকা দেহাংশ
उदाहरण : দুর্ঘ্্টনাত তেওঁৰ তপিনা ক্ষতিগ্রস্ত হʼল
पर्यायवाची : নিতম্ব, শ্রোণী
अर्थ : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
उदाहरण : মোৰ তপিনাত বিষ হৈছে
पर्यायवाची : টিকা
अर्थ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
उदाहरण : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
पर्यायवाची : কটি, টিকা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
इंस्टॉल करें