सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জলাশয়ৰ তলৰ ভূমি
उदाहरण : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
पर्यायवाची : তলি
अर्थ : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
उदाहरण : লোটাটোৰ তলিত গেদ জমা হৈছে
अर्थ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
उदाहरण : গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
पर्यायवाची : স্তৰ
अर्थ : কোনো বস্তুৰ আধাৰত ৰৈ থকা তলৰ অংশ
उदाहरण : এই কেৰাহীখনৰ তলীখন ডাঠ
पर्यायवाची : তলী
इंस्टॉल करें