अर्थ : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
उदाहरण :
তেওঁ খঙতে তাচপাতখিনি ফালি দিলে এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
पर्यायवाची : তাচপাত, প্লে কার্ড
अर्थ : তাচৰ পাতেৰে খেলিব পৰা খেল
उदाहरण :
কিছুমান লোকে বাগিছাত তাচ খেলি আছে