अर्थ : যি লিপিত তামিল ভাষা লিখা হয়
उदाहरण :
তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে
पर्यायवाची : তামিল লিপি
अर्थ : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
उदाहरण :
তেওঁলোক দুজনে তামিলত কথা পাতি আছে
पर्यायवाची : তামিল ভাষা
अर्थ : তামিলনাডুৰ নিবাসী
उदाहरण :
ভালেমান তামিল মোৰ ভাল বন্ধু
अर्थ : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
उदाहरण :
তামিল সাহিত্য বহুত উন্নত
अर्थ : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
उदाहरण :
বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
अर्थ : তামিলনাডুত থকা বা বসতি কৰা
उदाहरण :
তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে