सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : * পাঁচটা বা তাতকৈ বেছি কোণ থকা এক সমতল আকৃতি..............
उदाहरण : তৰা বিশেষকৈ প্রতীক হিচাপে ব্যৱহাৰ হয়
पर्यायवाची : তৰা
अर्थ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড
उदाहरण : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়
पर्यायवाची : জ্যোতিষ্ক, তৰা, নক্ষত্র
अर्थ : অভিনয় কৰা স্ত্রী
उदाहरण : মধুবালা এগৰাকী প্রখ্যাত অভিনেত্রী আছিল
पर्यायवाची : অভিনেত্রী
इंस्टॉल करें