सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
उदाहरण : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
पर्यायवाची : দিৱস, বার্ষিকী, ্পর্ব
अर्थ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
उदाहरण : এদিনত আঠটা প্রহৰ থাকে
पर्यायवाची : দিন, দিৱস
अर्थ : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন
उदाहरण : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো
पर्यायवाची : তাং, তাৰিখ, দিনাংক
इंस्टॉल करें