पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से তিব্বতী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

তিব্বতী   বিশেষ্য

अर्थ : তিব্বতৰ ভাষা

उदाहरण : অসমীয়া ভাষাৰ ওপৰত তিব্বতী ভাষাৰ প্রভাৱ পৰিছে

पर्यायवाची : তিব্বতী ভাষা

अर्थ : তিব্বতৰ অধিবাসী

उदाहरण : তিব্বতীসকল বহুত উদ্যমী

তিব্বতী   বিশেষণ

अर्थ : তিব্বতত থকা বা বসতি কৰা

उदाहरण : তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল

अर्थ : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरण : তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়

अर्थ : তিব্বতৰ বা তিব্বত সম্বন্ধীয়

उदाहरण : তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল

चौपाल