अर्थ : কাৰোবাক বেয়া কথা কোৱা
उदाहरण :
তেওঁ ্ আধা ঘণ্টা ধৰি গালি পাৰি আছে
पर्यायवाची : কটুক্তি কৰা, গালি দিয়া, গালি পৰা, বকা, বকি থকা, বিতণ্ডা কৰা, বি্কর্থ্্না কৰা, লণ্ডাটিকা কৰা
अर्थ : কাৰোবাৰ মান-সন্মান বা প্রতিষ্ঠাত হানি হোৱাকৈ কৰা কাম বা কথা
उदाहरण :
তেওঁ ্ মোক সকলোৰে সন্মুখত অপমান কৰিলে
पर्यायवाची : অনাদৰ কৰা, অপমান কৰা, অপমানিত কৰা
अर्थ : অৱজ্ঞা বা তিৰস্কাৰপূর্বক ্কোনো টান কথা কোৱা
उदाहरण :
শ্যামে টকা বিচৰাত দেউতাকে তেওঁক তিৰস্কাৰ কৰিলে